আমাৰ কৰ্মবোৰ সঠিক নে ভুল জানিবলৈ আমি ঈশ্বৰৰ ওচৰলৈ আহিব লাগিব, যিজন প্ৰকৃত পোহৰ। আজি যিখন অন্ধকাৰ পৃথিৱীত মানুহে ঈশ্বৰৰ ইচ্ছাক বিবেচনা কৰিব নোৱাৰে, তাত খ্ৰীষ্ট আনছাংহং আৰু ঈশ্বৰ মাতৃয়ে বিশ্ৰামবাৰ আৰু নিস্তাৰ-পৰ্ব্বৰ জৰিয়তে জীৱনৰ সত্যৰ পোহৰ উজ্জ্বল কৰি তুলিছে।
ঈশ্বৰে এই পৃথিৱীলৈ পোহৰ হিচাপে আহিছিল, অন্ধকাৰৰ সংসাৰিক আত্মাক পৰাস্ত কৰি, আমাক স্বৰ্গীয় বস্তুৰ বিষয়ে শিকাইছিল, জগতলৈ আশা কঢ়িয়াই আনিছিল আৰু পোহৰক পোহৰাই তুলিছিল। একেদৰে ঈশ্বৰৰ সন্তানসকলেও জগতৰ আগত শুভবাৰ্তাৰ পোহৰ উজ্জ্বল কৰিব লাগিব যাতে সকলোৱে ঈশ্বৰক চিনি পাব পাৰে।
ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে। যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। ২ কৰিন্থীয়া ৪:৪–৬
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy