“কাইলৈৰ বিষয়ে গৰ্ব্ব নকৰিবা,” এই বাক্যটো ঈশ্বৰৰ এক সোঁৱৰণী যে আমি যেন আমাৰ আশীৰ্বাদৰ সুযোগক এক অনিশ্চিত কাইলৈলৈকে পিছুৱাই নথওঁ। বৰঞ্চ, আমি আজি আমাৰ ভাই-ভনীসকলৰ সৈতে প্ৰেম ভাগ-বতৰা কৰিব লাগে, আজি প্ৰাৰ্থনা কৰিব লাগে, আজি আমাৰ ভুলৰ বাবে অনুতাপ কৰিব লাগে, আৰু আজি পৰিত্ৰাণৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে।
ইথিওপিয়াৰ ৰাণী কান্দাকীৰ নপুংসকজনে বাটত সত্য বুজি পোৱাৰ লগে লগে বাপ্তিস্ম লোৱাৰ, আৰু কাৰাগাৰৰ অধ্যক্ষ আৰু তেওঁৰ পৰিয়ালে ৰাতিপুৱালৈ অপেক্ষা নকৰি মাজনিশা বাপ্তিস্ম লোৱাৰ ইতিহাসৰ যোগেদি, খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰে আমাক শিকাইছে যে আমি যেতিয়া নতুন নিয়মৰ শুভবাৰ্ত্তা, অৰ্থাৎ পৰিত্ৰাণৰ বাৰ্ত্তাক উপলব্ধি কৰোঁ, সেই মুহূৰ্ততে তাক প্ৰচাৰ কৰিলেহে জগতক পৰিত্ৰাণ কৰিব পাৰিম।
কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা। হিতোপদেশ ২৭:১
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy