সকলো মানৱ জাতি আছিল ঘোৰ পাপী যিসকলে স্বৰ্গত কৰা পাপৰ বাবে ঈশ্বৰৰ শাস্তি পোৱাৰ যোগ্য আছিল, কিন্তু ঈশ্বৰে শৰীৰ ধাৰণ কৰি এই পৃথিৱীলৈ আহি আমাক নতুন নিয়মৰ যোগেদি পাপৰ ক্ষমা প্ৰদান কৰিলে যাতে আমি ঈশ্বৰৰ সন্তান হিচাপে পুনৰ স্বৰ্গৰাজ্যৰ আশা কৰিব পাৰো।
ঈশ্বৰে পুনৰ এই পৃথিৱীলৈ আহিছিল, য’ত তেওঁ ক্ৰুচৰ দুখ-কষ্ট সহ্য কৰিছিল, যাতে অন্ধকাৰ যুগত হেৰাই যোৱা নতুন নিয়মক পুনৰুদ্ধাৰ কৰিব পাৰে আৰু মানৱজাতিৰ বাবে পৰিত্ৰাণৰ পথ মুকলি কৰিব পাৰে। স্বৰ্গীয় সন্তানে ঈশ্বৰৰ প্ৰেম লাভ কৰিছিল, যাক মৃত্যুৰ যন্ত্ৰণাও বাধা দিব পৰা নাছিল। এইদৰে চিয়োনত থকা ভাই-ভনীসকলে, যিসকল স্বৰ্গীয় পৰিয়াল হৈ পৰিল, তেওঁলোকে ইজনে সিজনক প্ৰেম কৰি ঈশ্বৰৰ পৰা পোৱা প্ৰেমক বাস্তৱত প্ৰয়োগ কৰা উচিত।
মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে, তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা । যোহন ১৩:৩৪
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy