মানৱজাতিয়ে স্বৰ্গীয় ৰাজ্যত চয়তানৰ দ্বাৰা প্ৰবঞ্চিত হৈ ঈশ্বৰক বিশ্বাসঘাটকতা কৰা পাপৰ বাবে এই পৃথিৱীলৈ আহিবলগীয়া হ’ল। স্বৰ্গৰ পৰা হেৰাই যোৱা সন্তানসকলক বিচাৰি, তেওঁলোকক পাপৰ ক্ষমা দি, আৰু তেওঁলোকক পুনৰ স্বৰ্গ-ৰাজ্যলৈ ঘূৰাই আনিবলৈ ২,০০০ হেজাৰ বছৰৰ আগতে যীচু আহিছিল, আৰু এই যুগত খ্ৰীষ্ট আনছাংহোং আৰু মাতৃ ঈশ্বৰ আহিছে।
তালন্ত আৰু মিনাৰ দৃষ্টান্তৰ যোগেদি, যীচুৱে বিশদভাৱে শিকাইছিল যে যিসকল সন্তানে ঈশ্বৰৰ প্ৰেম বুজি পাইছে, তেওঁলোকে কেনেকৈ ঈশ্বৰক আনন্দ দিব পাৰে। যিদৰে ঈশ্বৰে স্বৰ্গৰ পৰা হেৰাই যোৱা সন্তানসকলক বিচাৰিবলৈ অবিৰতভাৱে প্ৰচাৰ কৰিছিল, সেইদৰে আমিও আমাৰ হেৰাই যোৱা ভাই-ভনীসকলক বিচাৰিব লাগিব—এইটোৱেই হৈছে আমি ঈশ্বৰক দিব পৰা আটাইতকৈ বহুমূলীয়া উপহাৰ।
অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল। তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”। মাৰ্ক ১:৩৫, ৩৮
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy