বাইবেল কল্পকাহিনী নহয়; ই হৈছে ঈশ্বৰৰ পৰা অহা জীৱনৰ বাক্য, যিজনে মানৱজাতিৰ ভৱিষ্যতৰ নিশ্চয়তা দিয়ে। বাবিল সাম্ৰাজ্যৰ পিছত হোৱা ৰাজ্যবোৰৰ উত্থান-পতনৰ বিষয়ে দানিয়েলক দিয়া ভৱিষ্যদ্বাণীবোৰ, ৩৫০০ বছৰৰ আগতে ইয়োবৰ ওচৰত প্ৰকাশ পোৱা জলচক্ৰৰ বৰ্ণনা আৰু মহাকাশত পৃথিৱীখন ওলমি থকাৰ দৰে বৈজ্ঞানিক তথ্যৰ যোগেদি আমি নিশ্চিতভাৱে জানিব পাৰোঁ যে বাইবেল ঈশ্বৰৰ বাক্য।
পাঁচনি যোহনে পৰিত্ৰাণ পাবলগীয়া পবিত্ৰ লোকসকলক দেখিছিল—যিসকলৰ নাম মেৰ পোৱালিৰ জীৱনৰ পুস্তকত লিখা আছিল। আজি, ঈশ্বৰৰ মণ্ডলীৰ সদস্যসকলে, যাৰ নাম পাঁচনি যোহনে আগতীয়াকৈ দেখাৰ দৰে জীৱনৰ পুস্তকত লিখা আছে, তেওঁলোকে স্বৰ্গ-ৰাজ্যত উপভোগ কৰিবলগীয়া চিৰন্তন মহিমাৰ দ্বাৰা গভীৰভাৱে আপ্লুত হৈ ভৱিষ্যদ্বাণীবোৰ পূৰণ কৰে।
কিন্তু সৰ্ব্বোপৰি জনাৰ পবিত্ৰ লোকবিলাকে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব। দানিয়েল ৭:১৮
ৰাতিও আৰু নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁবিলাকৰ প্ৰয়োজন নাই; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁবিলাকক দীপ্তি দিয়ে আৰু তেওঁবিলাকে সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব। প্ৰকাশিত বাক্য ২২:৫
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy