যিসকলে ঈশ্বৰৰ পক্ষত থিয় হয় তেওঁলোকে তেওঁৰ আজ্ঞা, বিশ্ৰাম-দিন মনত ৰাখে আৰু ইয়াক পবিত্ৰ কৰে। ইয়াৰ বিপৰীতে, চয়তানৰ পক্ষত থকাসকলে বিশ্ৰাম-দিনৰ বিৰোধিতা কৰে, যিটো ঈশ্বৰৰ ইচ্ছা। বাইবেলে লিপিবদ্ধ কৰিছে যে তেওঁলোকে শেষত সমগ্ৰ জগতখনক প্ৰতাৰণা কৰি ধ্বংসৰ দিশে লৈ যাব।
ঈশ্বৰৰ পক্ষত থিয় হোৱা ঈশ্বৰৰ লোকসকলে সদায় তেওঁৰ আজ্ঞা পালন কৰে। পাঁচনি যোহনে মেৰ পোৱালি য’তেই যায় তাতেই অনুসৰণ কৰা লোকসকলক “পবিত্ৰ লোক” বুলি বৰ্ণনা কৰিছিল। তেওঁ কৈছিল যে তেওঁলোকেই শেষলৈকে ঈশ্বৰৰ আজ্ঞা পালন কৰি নিজৰ সহনশীলতা দেখুৱাইছে।
ইয়াতে, ঈশ্বৰৰ আজ্ঞা আৰু যীচুৰ বিশ্বাস পালন কৰা পবিত্ৰবিলাকৰ ধৈৰ্য্য দেখা যায়। প্ৰকাশিত বাক্য ১৪:১২
তুমি বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰা। যাত্ৰাপুস্তক ২০:৮
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy