স্বৰ্গ-ৰাজ্যত প্ৰৱেশৰ যোগ্যতা কেৱল ঈশ্বৰৰ ইচ্ছা পালন কৰাসকলৰহে। বাইবেল হৈছে সমগ্ৰ মানৱজাতিৰ বাবে ঈশ্বৰৰ পৰিত্ৰাণৰ বাৰ্তা, যিখন পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হোৱা ভাববাদীসকলে তেওঁৰ ইচ্ছা লিপিবদ্ধ কৰিবলৈ লিখিছিল। এই কাৰণেই ঈশ্বৰে আজ্ঞা দিছে যে আমি ইয়াৰ বাক্যবোৰত কেতিয়াও একো যোগ বা বিয়োগ কৰিব নালাগে।
বাইবেলত ঈশ্বৰক একবচনত নহয়, বহুবচনত প্ৰায় ২৫০০ বাৰ উল্লেখ কৰা হৈছে। তদুপৰি, বাইবেলে সাক্ষ্য দিয়ে যে, যেনেকৈ ঈশ্বৰৰ ইচ্ছা অনুসৰি সৃষ্টি হোৱা উদ্ভিদ জগত আৰু প্ৰাণী জগতত এগৰাকী মাতৃ আছে, ঠিক তেনেকৈ স্বৰ্গ-ৰাজ্যতো অনন্ত জীৱন দান কৰা মাতৃ ঈশ্বৰ আছে, আৰু আমাৰ আধ্যাত্মিক স্বৰ্গীয় পৰিয়ালো আছে।
এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম, আৰু তোমালোকৰ পিতৃ হ’ম আৰু তোমালোকো মোৰ পো-জী হ’বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”। ২ কৰিন্থীয়া ৬:১৭–১৮
কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীনা; সেয়ে হৈছে, আমাৰ মাতৃ। গালাতীয়া ৪:২৬
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy